ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা’ৰ মণিপুৰ আৰু বেংগলৰ ঘটনা সন্দৰ্ভত মন্তব্য।

ৰঙিয়াত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মণিপুৰ আৰু বেংগলৰ ঘটনা সন্দৰ্ভত মন্তব্য।

মনিপুৰৰ ঘটনা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই জীৱ শ্ৰেষ্ঠ মানৱৰ এনে কাৰ্যক গৰিহণা দিয়ে । মণিপুৰৰ ঘটনাক লৈ বিৰোধীয়ে মাত মতা আৰু বিৰোধিতা কৰাকলৈ ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে বেংগলৰ কথাত হে বিৰোধীয়ে মাত মাতিব লাগে। কাৰণ হাজাৰ হাজাৰ মানুহ আজি বেংগল এৰিবলৈ বাধ্য হৈছে । বেংগলত মমতা বেনাৰ্জীয়ে যি স্বৈৰাচাৰী শাসন চলাইছে সেয়া মানৱতাক ভূলুণ্ঠন কৰিছে ।