ৰঙিয়া নগৰৰ মিলনপুৰত অঘটন । ৰঙিয়া গোৰেশ্বৰ পথৰ ওপৰত উভালি পৰিল ডেৰ শতিকা পুৰণি আহতগছ ।

বিদ্যুৎ বিভাগৰ কেইবাটাও খুঁটা ভাগি পৰাত বন্ধ হৈ পৰিছে বিদ্যুৎ যোগান ।

কথমপি প্ৰাণ ৰক্ষা পথটোৰে যাতায়ত কৰা বহু যাত্ৰীৰ । সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৰঙিয়া গোৰেশ্বৰ পথ ।