ৰঙিয়াত সংঘটিত চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

সোমবাৰে, নিশা ৰঙিয়াত সংঘটিত হ’য় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

গৃহৰক্ষীৰ পৰাই টকা কাঢ়ি পলায়ন।

ৰঙিয়াৰ অতিকৈ সদাব্যস্ত মহাত্মা গান্ধী পথত সংঘটিত হৈছে এই ডকাইতি কাণ্ড।

ভাৰতীয় ষ্টেট বেংক ৰঙিয়া শাখাত এগৰাকী গৃহৰক্ষী জোৱানে চিডিএমত ধন ভৰাই থাকোতে কৌশলৰে ন হাজাৰকৈ টকালৈ উধাও হয় ডকাইতটো।

গৃহৰক্ষী বাহিনীৰ জোৱান চানোৱাৰ হুছেইনৰ লগত সংঘটিত হয় এই ঘটনা।

পাছত ৰাইজে খেদি-খেদি মানস কলিতা নামৰ ডকাইতটোক কৰায়ত্ত কৰি উত্তম মাধ্যম দি ৰঙিয়া আৰক্ষীক গতাই দিয়ে।