ৰঙিয়াঃ ৰঙিয়াত মুকলি হ’ল উন্নতি বাজাজ ডিলাৰ।
উন্নতি বাজাজৰ শুভ উদ্বোধন কৰে জনপ্ৰিয় ইউটিইবাৰ বিকাশ চেট্টীয়ে।

ৰঙিয়াৰ তিনিআলিত এখন দুচকীয়া বাহনৰ ডিলাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হয় জনপ্ৰিয় ইউটিইবাৰ বিকাশ চেট্টী।

ৰঙিয়া তিনিআলিৰ উন্নতি বাজাজ ডিলাৰখনৰ শুভ উদ্বোধনী কাৰ্যসূচীত জনপ্ৰিয় ইউটিইবাৰ বিকাশ চেট্টী উপস্থিত হোৱাত লোকে লোকাৰণ্য হৈ পৰে ডিলাৰৰ চৌহদ।

এই ডিলাৰত গ্ৰাহকে বিছৰা ধৰণে সুবিধা সমূহ উপলব্ধ হোৱাৰ উপৰিও প্ৰতিখন বাহনত গ্ৰাহকৰ বাবে আছে এটি আকৰ্ষনীয় উপহাৰ।
