হোজাইত মহকুমাধিপতী কাৰ্য্যালয়ৰ সন্মুখত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্য্যসূচী।

হোজাই শংকৰদেৱ নগৰ মহকুমাধিপতী কাৰ্য্যালয়ৰ সন্মুখত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্য্যসূচী।

অসম চৰকাৰ গো বেক্ ,ভাৰত চৰকাৰ গো বেক আদি ধ্বনিৰে শতাধিক কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদ স্থলীৰ পৰা দেশৰ প্ৰদান মন্ত্ৰিলৈ দাবী উত্থাপন কৰি কৈ যে, অসম চাহ জনজাতি ছাত্ৰ ছাত্ৰী সকলৰ জলপানিৰ ৫০% মূল্য হ্ৰাস কৰাৰ লগতে ভূমি পট্টা প্ৰধান কৰিব লাগে।