আজিৰে পৰা সৰভোগত দ্বৈত ৰেল লাইনেৰে ৰেল চলাচলৰ শুভাৰম্ভণি ।
বিজনীৰ পৰা সৰভোগলৈ নৱনিৰ্মিত দ্বৈত ৰেল লাইনৰ শুভ উদ্বোধন কৰিলে N.F চাৰ্কুলৰ CRS শুভময় মিত্ৰই ।
বিজনীৰ পৰা সৰভোগলৈ এই ৰেল পথছোৱাৰ সৰ্বমুঠ দৈৰ্ঘ্য ১৮.৯৯ কিলোমিটাৰ ।
উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ নিউ বঙাইগাঁও-আগিয়াঠুৰি দ্বৈতকৰণ প্ৰকল্পৰ অধীনত নিৰ্মাণ হৈছে নতুন ৰেল পথটি ।