For Truth and Transparency
লখিমপুৰঃ সোৱণশীৰি নৈৰ গৰাখহনীয়াত দিশহাৰা নাওবৈচাৰ পমুৱা-খাবলুৰ ৰাইজ। সোৱণশিৰি নৈৰ সোঁপাৰে থকা মথাউৰি গৰাখহনীয়াৰ কৱলত পৰাত ৰাইজে দান-বৰঙনী তুলি গছৰ ডাল বাঁহৰ আগেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে। জিলা প্ৰশাসন তথা বিধায়কক কৈ কৈ ভাগৰী পৰিছে ৰাইজ।