সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ: আমগুৰি

সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ।

সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ অৱ্যাহত আছে আমগুৰিত। আজি কেইাটাও দল সংগঠন একত্ৰিত হৈ আমগুৰি চাৰিআলিত প্ৰতিবাদ কৰাৰ লগতে সমষ্টি পুনৰনিদ্ধাৰণৰ খচৰা দাহ কৰি আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে নিৰ্বাচনী বিষয়া আৰু মুখ্যমন্ত্ৰীলৈ পৃথক পৃথকৈ স্মাৰক পত্ৰ প্ৰদান সংগঠনকেইটাই।