শিৱসাগৰ গেলেকীত আন্তৰ্জাতিক সংস্থা C QUEST আৰু স্বেচ্ছাসেৱী সংস্থা সেৱাৰ উদ্যোগত পৰ্টেৱল চৌকা বিতৰণ কাৰ্যসূচী ।।
বানপানী ক্ষতিগ্ৰস্ত অঞ্চলৰ দৰিদ্ৰ লোকৰ মাজত এই পৰ্টেৱল চৌকা বিতৰণ কৰা হয় ।।
এই চৌকা বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰুধী দলৰ দলপতি দেৱব্ৰুত শইকীয়া ।
নাজিৰা সমষ্টিৰ প্ৰায় সকলো ঘৰতে ইন্ধন কম লগা তথা বিজ্ঞানসম্মত চৌকা প্ৰদান কৰা হব বুলি মন্তব্য প্ৰকাশ কৰে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰুত শইকীয়াই ।
এই চৌকাৰ দ্বাৰা ইন্ধন ৰাহি হোৱাৰ ওপৰিও পৰিৱেশ সুস্থ হৈ থকা আৰু গৃহিনীসকলৰ কিছু বেমাৰ আজাৰৰ পৰা ৰক্ষা পৰিব পাৰে!
এই মন্তব্য দেৱব্ৰুত শইকীয়াৰ ।
আজিৰ এই কাৰ্যসূচী নাজিৰা সমষ্টিৰ কেইবাখনো পঞ্চায়তত ৰূপায়ন কৰা হয়।