শিৱসাগৰঃ ইন্দাচ টাৱাৰ কোম্পানীৰ বিষয়াই ম’বাইল টাৱাৰৰ শ্ৰমিকক শোষণ আৰু ভীতি প্ৰদৰ্শনৰ অভিযোগ।
কোম্পানীৰ মুৰব্বীৰ বিৰুদ্ধে অভিযোগ। উপায়ন্তৰ শ্ৰমিকে বিচাৰিলে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা) ৰ হস্তক্ষেপ ৷
উজনি অসমৰ ৩০০ থলুৱা যুৱকক ভাতে মৰাৰ ষড়যন্ত্ৰ।
২০০৫ চনৰ পৰা কৰ্মৰত যুৱক সকলক পৰ্য্যায়ক্ৰমে চাটাই অভিযান।
২৭০০ টকা দৰমহাৰ পৰা বৰ্তমানলৈকে কেয়াৰ টেকাৰ হিচাপে বিভিন্ন এয়াৰটেল টাৱাৰত কৰ্মৰত আছে যুৱকসকল।
বৰ্তমানলৈকে শিৱসাগৰৰ ২০ জনৰো অধিক যুৱকক কামৰ পৰা অব্যাহতি।
বীৰ লাচিত সেনা অসমৰ হুংকাৰ অনা-অসমীয়া গোষ্ঠীৰ বিৰুদ্ধে।