শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড

যোৱা নিশা শিৱসাগৰ নগৰৰ মাজ মজিয়াস্থিত খাদিমচৰ সমীপত থকা অৰুণচ বিপনীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অবশেষত ভয়ংকৰ অগ্নিকাণ্ড নিৰ্বাপিত কৰা হয় যদিও উক্ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত সুত্ৰপাত ঘটাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । তথাপিও বৈদ্যুতিক চৰ্ট চাৰ্কিতেই কাৰণ হ’ব পাৰে বুলি প্ৰাথমিক তদন্তত অগ্নি নিৰ্বাপক বাহিনীয়ে জানিবলৈ দিয়ে ।