শিৱসাগৰঃ শিৱসাগৰত আহোম জনগোষ্ঠীয় ১১ টা সংগঠনৰ সংবাদমেল।
আটাছু, টাইপা, আহোম জাতীয় মহাসভা, আহোম সেনাসহ ১১ টা সংগঠনৰ প্ৰতিনিধিৰ সংবাদমেল।
আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰসংগত সংবাদমেল।
৫৫ লাখ আহোম জনগোষ্ঠীৰ ৰাইজক প্ৰতাৰণা কৰিছে চৰকাৰে। বিজেপি চৰকাৰে জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰা ফল ভুগিব।
সংবাদমেলত হুংকাৰ আটাছুৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈৰ ।
জনজাতিকৰণৰ দাবীত ঐক্যবদ্ধভাৱে ১১ টা সংগঠনে আন্দোলন কৰাৰ সিদ্ধান্ত।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামতো আহোম জনগোষ্ঠীৰ ৰাজনৈতিক ক্ষমতা সংকোচিত কৰাৰ অভিযোগ।
এনে প্ৰতাৰণাৰ বিৰুদ্ধে বিশাল গণ সমাবেশ আয়োজনৰ হুংকাৰ।
লোকসভা নিৰ্বাচনৰ পূবে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবী।