লখিমপুৰ জিলাত আমাৰ দেশ আমাৰ মাটিৰ অভিযানৰ অমৃত কলহ কাৰ্যসুচী ৰোপায়ন

লখিমপুৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া পৌৰ সভাৰ দহটা ৱাৰ্ডত আজি আমাৰ দেশ আমাৰ মাটিৰ অভিযানৰ অমৃত কলহ কাৰ্যসুচী ৰোপায়ন কৰা হয় ৷

বিহপুৰীয়া পৌৰ সভাৰ চেয়াৰমেন দীপশিখা বৰাৰ উদ্যোগত তিনিশৰো অধিক মহিলাই বিহপুৰীয়াৰ দহটা ৱাৰ্ডত মাটি সংগ্ৰহ কৰে ৷

বিপুৰীয়াৰ নগৰৰ টাউন বৰনামঘৰত সেৱা লৈ আৰম্ভ কৰা অমৃত কলহ কাৰ্যসুীত বিধায়ক অমিয় কুমাৰ ভূঞাইও অংশ গ্ৰহন কৰে ।