মৰিয়নিৰ নকচাৰিত দ হোলাত আবদ্ধ এটা গড়। ৰেলবিভাগলৈ ৰেলৰ গতিবেগ কমোৱাৰ নিৰ্দেশ বন বিভাগৰ।

মৰিয়নিৰ নকচাৰিত দ হোলাত আবদ্ধ এটা গড়। ৰেলবিভাগলৈ ৰেলৰ গতিবেগ কমোৱাৰ নিৰ্দেশ বন বিভাগৰ।

গিৱণ অভয়াৰণ্যৰ পৰা খাদ্য সন্ধানত উলাই আহি পুৱাই মৰিয়নীৰ দহোটীয়া গাঁৱৰ পথাৰত মুক্ত বিছৰণ কৰাৰ পাচত বৰ্তমান এটা হোলাত আবদ্ধ হৈ পৰে গঁড়তো । মৰিয়নী হোলোঙাপাৰ গিৱন অভয়াৰণ্যত কিছুদিন ধৰি এই গঁড়টোৱে অৱস্থান কৰি আছিল ৷

ইতিমধ্যে উক্ত স্থানত বন বিভাগৰ লোক উপস্থিত হৈছে । ইতিমধ্যে গড়টো ট্ৰেংকুইলাইজ কৰিবলৈ গুৱাহাটীৰ পৰা দল মৰিয়নীলৈ ৰাওনা হৈছে । গঁড়তো ৰেলৰ আলিৰ কাষত থকা এটা নলাত আবদ্ধ হৈ থকাৰ বাবে ৰেলৰ গতিবেক কমাই চলাচল কৰিবলৈ নিৰ্দেশ বন বিভাগৰ।