মৰিয়নিত শিক্ষকৰ নিৰ্দয় প্ৰহাৰত আহত ছাত্ৰ

মৰিয়নিঃ মৰিয়নিত ছাত্ৰক নিৰ্দয় প্ৰহাৰ শিক্ষকৰ।

মৰিয়নিৰ ৰেলৱে বেংগলী স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ জাকিৰ হুচেইন নামৰ ছাত্ৰজনক নিৰ্মমভাবে প্ৰহাৰ পিউচ নামৰ শিক্ষকজনৰ।

ছাত্ৰজনৰ ঘৰুৱা শিক্ষক আছিল পিউচ নামৰ শিক্ষকজন।

কনমানি ছাত্ৰজনৰ ঘৰুৱা শিক্ষকৰূপে পাঠদানৰ সময়ত নিৰ্দয়ভাবে ছাত্ৰজনক প্ৰহাৰ শিক্ষক পিউচৰ।

অভিযুক্ত ঘৰুৱা শিক্ষকৰ বিৰুদ্ধে মৰিয়নি থানাত এজাহাৰ ভূক্তভোগী ছাত্ৰজনৰ অভিাৱকৰ ।