মৈৰাবাৰীৰ নিকটৱৰ্তী শালকাটি পথাৰত ভয়ংকৰ মাৰ পিটৰ ঘটনা । অন কেমেৰাত মাৰপিট ঘটনাৰ দৃশ্য।
👉 হাৰ্ডৱেৰ দোকানৰ পৰাই বাকী নিয়া ধন বিচৰাৰ বাবে মাৰ পিট কৰিলে গুণ্ডা ৰূপী মুস্তাফা আৰু মুস্তাফাৰ গুণ্ডা বাহিনীয়ে।
👉 হাতে হাতে ৰড ,লাখুটি লৈ মুস্তাফাৰ আৰু তেওঁৰ পৰিয়ালৰ লোকে মাৰ পিট কৰে হাৰ্ডৱেৰ দোকানী আঃ হামিদৰ লগতে আন কেইবাজনক ।
👉 এই মাৰ পিটৰ ফলত পাচঁ জনকৈ লোক আঘাতপ্রাপ্ত হয়।
👉 আঃ চালাম নামৰ এজন লোকৰ অৱস্থা সংকটজনক ।
👉 আটাইকে ধিং FRU চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
👉 আঘাতপ্রাপ্ত লোক কেইজন হল আব্দুল হামিদ, আব্দুল ছালাম, হবিবুৰ ৰহমান, ছাইদুল ইছলাম আৰু আব্দুল কালাম ।
👉 গুণ্ডা বাহিনীৰ দলটো হল মুস্তাফা আহমেদ, ৰৌফ উল্লাহ , ৰবি উল্লাহ , যোৱাহিদ আলী, আছান উল্লাহ আৰু ৱাহিদুল ইছলাম ।