মুকালমুৱাত মুকবধিৰ কিশোৰী উদ্ধাৰ।

■মুকালমুৱাত মুকবধিৰ কিশোৰী উদ্ধাৰ।

■মুকালমুৱাত আজি এগৰাকী মুকবধিৰ কিশোৰী উদ্ধাৰ কৰা হয়।

■মুকালমুৱাত অসহায় কিশোৰী গৰাকীয়ে কান্দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

■14/15 বছৰীয়া কিশোৰী গৰাকী কান্দি থকা দেখি স্থানীয় এগৰাকী লোকে তেওঁলোকৰ ঘৰলৈ লৈ আহে।

■মুকবধিৰ হোৱা বাবে এতিয়ালৈ কিশোৰী গৰাকীৰ কোনো পৰিচয় পাবলৈ সক্ষম হোৱা নাই।

■পৰৱৰ্তীসময়ত স্থানীয়লোকে মুকালমুৱা আৰক্ষীক খৱৰ দিয়ে।

■ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ কিশোৰী গৰাকীক থানালৈ লৈ আহে।