মুকলি হ’ল টাটা এল্ট্ৰ’জ আই চি এন জি

টাটা মটৰ্ছে ভাৰতৰ বজাৰত মূকলি কৰাছে প্ৰিমিয়াম হেটচবেক শাখাৰ গাড়ী টাটা এল্ট্ৰ’জ আই চি এন জি সংস্কৰন ।

টুইন চিলাণ্ডাৰ প্ৰযুক্তি সম্পন্ন এই খনেই হ’ব দেশৰ প্ৰথমখন গাড়ী ।

এই গাড়ীখনত আছে ভয়চ এছিছটেড ইলেক্ট্ৰিক ছানৰুফ, ৱায়াৰলেছ চাৰ্জাৰ, এয়াৰ পিউৰিফায়াৰ আদিৰ দৰে অত্যাধুনিক বৈশিষ্ট্য । গাড়ীখনৰ প্ৰাৰম্ভিক মূল্য হ’ব ৭.৫৫ লাখ টকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *