বাহাৰঘাটঃ আজি বৰভাগ মহাবিদ্যালয়ৰ নবাগত আদৰণি সভা অনুস্থিত হৈ যায়৷

প্ৰচণ্ড বৰষুনকো নেওচি হেজাৰ হেজাৰ ছাত্ৰছাত্ৰী আৰু শুভাকাংক্ষীয়ে নাচিবাগি উপভোগ কৰিলে শিল্পী দীপলিনা ডেকাৰ সংগীতানুষ্ঠান৷

সংগীতানুষ্ঠান উদ্বোধন কৰে প্ৰতিবিম্ব লাইভৰ পৰিচালন সঞ্চালক তফিকউদ্দিন আহমেদে৷