বৰপেটাৰ মৰা চাউলখোৱা নদীত বিশাল নাওঁ খেল প্ৰতিযোগিতা সম্পন্ন।

বৰপেটা জিলাৰ অন্তৰ্গত হাবিৰাধাকুচি ৰূপজ্যোতি যুৱ সৌজন্যত আকৰ্ষণীয় প্ৰাইজমানি নাওঁখেল প্ৰতিযোগিতা অনুষ্ঠান কৰে।

২ নং মৰা চাউলখোৱা নদীত আজি বিশাল নাওঁ খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় এই নাওঁ খেলত ২০ খন নাওঁ অংশ্ৰহণ কৰে ।

প্ৰথম পুৰস্কাৰ লাভ কৰে ২৫,০০০ টকা ডি এম এক্সপ্ৰেছ নাওঁ খনে। আৰু

দ্বিতীয় পুৰষ্কাৰ লাভ কৰে ২০.০০০ টকা বগিতৰা নাওঁ খনে।

আজিৰ এই নাওঁ খেল উপভোগ কৰিবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে।