বৰপেটাৰোড ভালুকী শালমাৰা চ’ক বজাৰত বৰপেটা জিলা আৰক্ষীৰ সৌজন্যত বৰপেটাৰোড আৰক্ষী থানাৰ সহযোগত যান-বাহন আইন সজাগতা সভা ।

বৰপেটাৰোড ভালুকী শালমাৰা চ’ক বজাৰত বৰপেটা জিলা আৰক্ষীৰ সৌজন্যত বৰপেটাৰোড আৰক্ষী থানাৰ সহযোগত যান-বাহন আইন সজাগতা সভা ।

উক্ত সভাত পৰিবহন বিভাগে যান-বাহনৰ আইন শৃংখলাৰ ওপৰত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।

দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰৰ পৰিবহন বিভাগ তথা অসম প্ৰশাসনে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে।

বৰপেটাৰোডত সঘনাই দিনে দিনে বৃদ্ধি পাই আহিছে যান-বাহন দুৰ্ঘটনা । কিন্তু কাণ হাৰ নাই একাংশ উদণ্ড চালকৰ । বৰপেটা জিলা আৰক্ষীৰ সৌজন্যত বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তিৱাৰী নেতৃত্বত আৰু ৰাইজৰ সহযোগত যান-বাহন আইন সম্পকে ভালুকী চ’ক বজাৰত সজাগতা সভা অনুষ্ঠিত হয়।

দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ অনুজ্ঞাপত্ৰ নোহোৱাকৈ, হেলমেট পৰিধান নকৰাকৈ আৰু স্পিড নিয়ন্ত্ৰণ কৰি বাইক চলাবলৈ উক্ত সভাত সকলোকে আহ্বান জনোৱা হয় ।

অঞ্চলটো ড্ৰাগছ মুক্ত কৰিবলৈও ৰাইজে উক্ত সভাত আহ্বান জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *