বৰনামখলা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আয়ুস্মান ভৱ কাৰ্য্যসূচী৷

বৰনামখলা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আয়ুস্মান ভৱ কাৰ্য্যসূচী৷

বাহাৰঘাটঃ দিনজোৰা কাৰ্য্যসূচীৰে আয়ুস্মান ভাৰত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ সামুহিক স্বাস্থ্য মেলা আৰম্ভ৷

আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰনামখলা স্বাস্থ্য আৰু কল্যান কেন্দ্ৰত আয়ুস্বান ভাৰত ভৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে স্বাস্থ্য মেলাৰ অনুষ্ঠিত কৰে৷

স্বাস্থ্য মেলাত অসংখ্য ৰোগীয়ে অংশগ্ৰহণ কৰে৷ উক্ত ৰোগী সমুহৰ অসংক্ৰামক ৰোগ নিৰ্নায়ক পৰীক্ষা কৰাৰ লগতে যোগ আৰু কল্যানমূলক সভাৰ উপৰিও সজাগতা সভা আৰু আয়ুস্বান কাৰ্ড বিতৰণ কৰে৷