বিহাৰৰ ৰঘুনাথপুৰত দূৰ্ঘটনাগ্ৰস্ত যাত্ৰী সকলক অসমলৈ অনা হল বিশেষ ৰেলযোগে

ৰঙিয়াঃ বিহাৰৰ ৰঘুনাথপুৰত দূৰ্ঘটনাগ্ৰস্ত যাত্ৰী সকলক অসমলৈ অনা হল বিশেষ ৰেলযোগে।

নিশা ১১:৪৫বজাত ৰঙিয়া ষ্টেচনত প্ৰবেশ কৰে এই বিশেষ ৰেলখনে।

ৰঙিয়া ষ্টেচনত অৰ্ধশতাধিক যাত্ৰী নামিছে এই বিশেষ ৰেলখনৰ পৰা।

ৰঙিয়া,তামুলপুৰ,ওদালগুৰি, টংলা, লক্ষিমপুৰ, ধেমাজী আদি অঞ্চলৰ যাত্ৰী সকলক সুকলমে আনিবলৈ সক্ষম হৈছে ৰেল বিভাগে।

এই যাত্ৰীসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নিজ নিজ বাসগৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে ৰঙিয়া ৰেল সংমণ্ডলে।