বাইহাটা চাৰিআলিত হিতাধিকাৰীক অৰুণোদয় ২.০ আচনিৰ কাৰ্ড বিতৰন

ৰঙিয়াঃ বাইহাটা চাৰিআলিৰ কমলপুৰত, জালুকবাৰী, ৰঙিয়া, হাজো আৰু কমলপুৰ এই চাৰি সমষ্টিৰ অৰুণোদয় ২.o আচনিৰ হিতাধিকাৰীক কাৰ্ড বিতৰন কৰা হয়।

কাৰ্ড বিতৰন কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, সাংসাদ দিলীপ শইকীয়া, বিধায়ক দিগন্ত কলিতা, বিধাইকা সুমন হাৰিপ্ৰিয়া, মুখ্যমন্ত্ৰী OSD হেমন্ত চৌধুৰী, শুৱল পাল কে ধৰি বহুতো নেতা উপস্থিত থাকে।

আজি মুঠ ৫৩ হাজাৰ ৮ শ ৬৭ গৰাকীক অৰুণোদয় কাৰ্ড বিতৰন কৰা হয় ।