বজালী ডুবি মালিপাৰাত অমানৱীয় ঘটনাঃ পাষাণ পিতৃয়ে হত্যাকৰাৰ অভিযোগ নিজ কন্যা সন্তানক

বজালী ডুবি মালিপাৰাত অমানৱীয় ঘটনা ।

পাষাণ পিতৃয়ে হত্যাৰ অভিযোগ নিজ কন্যা সন্তানক ।

এটি ১১ দিনীয়া দেব শিশুক ৪ লাখ টকাত বিক্ৰী কৰাৰ যো যা কৰিছিল পিতৃ নিৰঞ্জন মালাকৰে ।

এই কথা পৰিয়ালৰ লোকে জ্ঞাত হোৱাৰ পিছত বিফল হয় নিৰঞ্জন মালাকৰে ।

অৱশেষত বিক্ৰী কৰিব নোৱাৰি দেৱ শিশুটোক হত্যা কৰি গাঁতত পুতি থোৱাৰ অভিযোগ ।

শিশুটিক বিক্ৰী কৰাৰ ক্ষেত্ৰত শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক দিগন্ত চৌধুৰীৰ নাম উল্লেখ কৰিছে পত্নীয়ে।

ঘটনাস্হলীত পাঠশালা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।