সোমবাৰে পুণেত বিভাগীয় এটা অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে উদ্যোগ সমূহত উদ্ভাৱন বৃদ্ধি কৰিব লাগিব যি প্ৰতিৰক্ষা উদ্যোগ আৰু সাধাৰণ ৰাইজ দুয়োকে লাভান্বিত কৰে।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লগতে কৈছিল যে প্ৰতিষ্ঠানসমূহে উদ্ভাৱনৰ প্ৰচাৰ কৰিব লাগিব যি কেৱল প্ৰতিৰক্ষা উদ্যোগৰ বাবেই নহয় অসামৰিক উদ্দেশ্যৰ বাবেও উপযোগী।