নলবাৰী বিধানসভা সমষ্টিৰ পূব বতাহগিলা গাঁও পঞ্চায়তৰ বৰআগ্ৰাত ৰাইজে দিলে জনপ্ৰতিনিধি হায় হায় ধ্বনি ।
বৰআগ্ৰা – নমাতি পথ মেৰামতি নকৰাত ৰাইজে লʼলে প্ৰতিবাদী কাৰ্যসূচী ।
দুমাহৰ ভিতৰত পথ মেৰামতি নকৰিলে বৰ্জন কৰিব আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ ভোট ।
বিধ্বস্ত পথটোত সুদীৰ্ঘ বছৰে পৰা নাই চপৰা মাটি – এটাকৈ শিলগুটি ।
পথটোৰে সম্প্ৰতি দুৰ্বিষহ হৈ পৰিছে যাতায়াত ।
যাতায়াতৰ নামত তিনি শতাধিক পৰিয়ালে ভুগিছে যমৰ যাতনা ।
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিজ সমষ্টিত পথৰ এই দুৰৱস্থা।