নাওবৈছাৰ শালমৰাত হৃদয় বিদাৰক ঘটনা: নিজ মাতৃয়ে দুই কন্যা সন্তানক হত্যা কৰি নিজেও ললে চৰম সিদ্ধান্ত

লখিমপুৰ জিলাৰ নাওবৈছাৰ শালমৰাত হৃদয় বিদাৰক ঘটনা।
নিজ মাতৃয়ে দুই কন্যা সন্তানক হত্যা কৰি নিজেও ললে চৰম সিদ্ধান্ত

সোমবাৰে দিনৰ প্ৰায় 2 বজাত
একে ঘৰৰ তিনিজৰ মৃত্য।

মাতৃ সৰুমাই মিলিয়ে আঢ়ৈ মহীয়া এটি দেৱ শিশু আৰু দুই বছৰীয়া পুত্ৰক হত্যা কৰি নিজেও ললে চৰম সিদ্ধান্ত।

স্বামী অক্ষয় পায়েং সেই সময়ত ঘৰত উপস্থিত নাছিল।

দৰিদ্ৰতাৰ বাবেই এইদৰে নিজৰ দুই সন্তানক হত্যা কৰি মহিলা গৰাকীয়ে নিজেও ললে চৰম সিদ্ধান্ত ললে বুলি ধাৰণা কৰা হৈছে যদিও ঘটনা টো ৰহস্যৰ আৱৰ্তত ।

লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ঘটনা স্থলীত উপস্থিত হৈ মৰুণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে লখিমপুৰলৈ ।

মৃতকৰ পৰিয়ালৰ অভিযোগ তিনিজন কৈ লোক কেনেকৈ আত্মহত্যা কৰিব পাৰে।

এয়া এক হত্যা কাণ্ড হোৱাৰ সন্দেহ মৃতকৰ আত্মীয়ৰ।