নলবাৰীঃ নলবাৰীৰ নিজ পকোৱাত আজি বোমা ফেক্টৰীত অগ্নিকাণ্ড৷

ফিফটি ফিফটি আটচবাজী ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড৷
হৰিহৰ বৈশ্যৰ বোমা ফেক্টৰীত ৰাতিপুৱা প্ৰায় ৮:৩০ মান বজাত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনা৷

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ফেক্টৰীৰ ভিতৰতে অগ্নিকাণ্ডত মৃত্যু হয় এগৰাকী যুবকৰ৷
শিৱম নামৰ ৰঙীয়াৰ যুবক গৰাকীয়ে বোমা নিৰ্মাণ কৰি থকা সময়তে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ভিতৰতে যুবক গৰাকী অগ্নিদগ্ধ হৈ মৃত্যু হয়৷

আনহাতে কথমপি প্ৰাণৰক্ষা বাহজানিৰ প্ৰাঞ্জল তালুকদাৰৰ৷