নলবাৰীৰ দেহাৰকুছিত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাজহুৱা শ্ৰী শ্ৰী নাগপঞ্চমী পূজাৰ ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠান ।
অতীতৰে পৰা ৰাইজৰ মংগলৰ বাবে গঞাঁ ৰাইজে অনুষ্ঠিত কৰি আহিছে এই নাগপঞ্চমী পূজা ।
পুজাৰ দ্বিতীয় দিনা হাজাৰ হাজাৰ ভিৰ কৰিছে পূজা স্থলীত ।
মনৰ কামনা পুৰনৰ বাবে মা মনসাৰ ওচৰত পূজা অৰ্চনা ভক্তৰ ।
সন্ধিয়ালৈ অনুষ্ঠিত হ’য় নাগাৰা নাম ।