নতুন অসমীয়া ছবি ‘ৰাঘবৰ’ প্ৰচাৰত ব্যস্ত ‘ৰাঘব‘ পৰিয়াল।
অহা ২৭ অক্টোবৰ’ত ছবি গৃহলৈ আহিব নতুন অসমীয়া ছবি ‘ৰাঘব’।

ৰাঘব ৰ প্ৰচাৰত ব্যস্ত অভিনেতা যতীন বৰা, নিশিতা গোস্বামী, হিৰন্য ডেকাৰ আৰু কলা-কুশলী।

বৰভাগ মহাবিদ্যালয়ত বৃহস্পতিবাৰে চলালে প্ৰচাৰ।
সকলোকে ছবি খন চোৱাৰ বাবে আহ্বান যতীন বৰাৰ।