লখিমপুৰঃ কোটি কোটি টকা অপব্যয় জলসিঞ্চন আঁচনিৰ নামত ।
ভোট বাংলাত পৰিণত জল সিঞ্চন আচনি ।
এয়া নাওবৈচাৰ ফুলবাৰীৰ জলসিঞ্চন আচনি ।
এটা মেচিনৰ বাহিৰে নাই একো বস্তু।
ফুলবাৰীত প্ৰায় ৩০ টাতকৈ অধিক বিকল হৈ পৰি আছে জলসিঞ্চন আঁচনি ।
প্ৰকৃততে জলসিঞ্চন আঁচনিৰ নামত অহা কোটি কোটি টকা কোনে কৰিছে হৰলুকি ।
ৰাইজৰ সন্দেহ তদন্ত কৰিলে ধৰা পৰিব বহু ৰৌ-বৰালি ।
সময়ত কি হব সেয়া হব লক্ষ্যণীয়।