ধমধমাৰ জাৰতালুকত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিয়ুজ হাজৰিকা।
জাৰতালুকত নিৰ্মাণ কৰা পাগলাদিয়া নদীৰ মথাউৰি পৰিদৰ্শন কৰাৰ লগতে হলাপাৰ আৰু গোৱালবিলত বানবিধ্বস্ত অংশ পৰিদৰ্শন ।
হলাপাৰৰ পৰা বৰিকাদঙালৈ চাৰি কিলোমিটাৰ নতুনকৈ মথাউৰি নিৰ্মাণ কৰাৰ আশ্বাস ।
নতুনকৈ নিৰ্মাণ কৰা মথাউৰিৰ খহনীয়া ৰোধৰ ক্ষেত্ৰত নকৰিলে কোনো মন্তব্য ।
মন্ত্ৰী পিয়ুজ হাজৰিকাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়োৱেও পৰিদৰ্শন কৰে মথাউৰি ।
ধমধমা-তামুলপুৰ পথৰ বানবিধ্বস্ত পকী দলং নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি ।