ধমধমাত মথাৰি নিৰ্মাণক লৈ ৰাইজৰ ক্ষোভ।
মন্ত্ৰী পিয়ুজ হাজৰিকাৰ পৰিদৰ্শনৰ সময়তে এই ক্ষোভ ৰাইজৰ।

ধমধমাৰ জাৰতালুকত নতুনকৈ নিৰ্মাণ কৰা মথাউৰিত খহনীয়া ।
মন্ত্ৰী পিয়ুজ হাজৰিকা- জয়ন্ত মল্ল বৰুৱাৰ পৰিদৰ্শনৰ সময়তে ৰাইজৰ ক্ষোভ ।

বান-মথাউৰিৰ সমস্যাক লৈ স্থানীয় ৰাইজৰ কথা নুশুনে মন্ত্ৰী পিয়ুজ হাজৰিকাই ।
বালিৰে বাৰিষা মথাউৰি নিৰ্মাণ কৰা ঠিকাদাৰ – অভিযন্তাৰ বিৰুদ্ধে ব্যৱস্থা নলয় জলসম্পদ মন্ত্ৰীয়ে ।
