ধমধমাত বানবিধ্বস্ত পথেৰে চলিছে দুৰ্বিষহ যাতায়াত ।

ধমধমাৰ আজানপুৰ হৈ বাগানপাৰা লৈকে যোৱা ব্যস্ত পথটোৰ যাতায়তৰ নামত যমৰ-যন্ত্ৰণা ভুগিছে ৰাইজে ৷

বানে চৈংনৈৰ কাষতে লাগি থকা পথটোৰ সৃষ্টি কৰিছে প্ৰৱল খহনীয়া ।

পথটোৰে প্ৰতিদিনে ধমধমাৰ স্কুল, কলেজলৈ আহে দুই শতাধিক ছাত্ৰ-ছাত্ৰী ।

ৰাইজে চেংনৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি পথটোৰে যাতায়াত সুচল কৰিবলৈ কতৃপক্ষক জনাইছে দাবী ৷