ধমধমাত জ্যেষ্ঠ ভাতৃৰ আক্ৰমণত কনিষ্ঠ ভাতৃ আহত

ধমধমাঃ ধমধমাত জ্যেষ্ঠ ভাতৃৰ আক্ৰমণত কনিষ্ঠ ভাতৃ আহত।

ডেগাৰেৰে ৰাজপথত ভাতৃক আক্ৰমণ জ্যেষ্ঠ ভাতৃৰ।

ঘৰুৱা কাৰণত কাজিয়াৰ সূত্ৰপাত ঘটি জ্যেষ্ঠ ভাতৃ ইমামুল হকে নিজ ভাতৃ আইনুল হকক ডেগাৰেৰে ঘপিয়াই৷

ডেগাৰৰ ঘাপত গুৰুতৰ ভাবে আহত আইনুল হক বহু সময় ধৰি ৰাজপথত চটফটাই থাকে৷

ঘটনাৰ খবৰ পোৱা মাত্ৰেই ধমধমা আৰক্ষী চকীৰ আৰক্ষীৰ দল উপস্থিত হৈ আইনুল হকক ধমধমাৰ চিকিৎলালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে৷