লখিমপুৰঃ নাওবৈচাৰ বানাক্ৰান্তৰ প্ৰশ্ন ভৰত চন্দ্ৰ নৰহ আপুনি কত । খবৰ পাইচেনে তৃতীয়টো বানে ধুলে নাওবৈচা ।
এজাক বৰষুণ দিলেই বানত ককবকাই নাওবৈচা ৰাইজে ।
এয়া লখিমপুৰৰ নাওবৈচাৰ কমলপুৰ লখি চচাইটিৰ দৃশ্য ।
নিশা অহা এজাক বৰষুণে চিঙিলে লখি চচাইটিৰ পথৰ বহু কেইটা অংশ ।
লাজ পাব লাগে এনে দৃশ্য দেখি নাওবৈচাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহে ।
পথটি চিগাৰ পিছত বহু সহস্ৰাধিক লোক আবদ্ধ হৈ আছে ঘৰৰ ভিতৰতে ।