চিপিআই এমৰ উদ্দোগত সৰভোগত জনসভা অনুষ্ঠিত হয়।

সৰভোগঃ ৰবিবাৰে সৰভোগ বিধানসভা সমষ্টিৰ নাম বিলুপ্তৰ প্ৰতিবাদত চিপিআই এমৰ উদ্দোগত জনসভা অনুষ্ঠিত হয়।

এটা সপ্তাহত অনুষ্ঠিত হৈ যোৱা বিজেপিৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক প্ৰত্তোতৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ।

সৰভোগৰ গান্ধী ময়দানৰ পৰা বিধায়ক মনোৰঞ্জন তালুকদাৰে বিজেপি চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বিজেপি চৰকাৰক তীব্ৰ বাক্যৰে সমলোচনা কৰে।

ভৱানীপুৰ -সৰভোগৰ সমষ্টিৰ তালিকা প্ৰস্তুত কৰণৰ মাষ্টৰ মাইণ্ড মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস । সৰভোগ সমষ্টি তেঁওয়ে বিলুপ্ত কৰিলে বুলি মনোৰঞ্জন তালুকদাৰে অভিযোখ।

সমষ্টি বিলুপ্ত কৰণ বিষয় লৈ ইতিমধ্যে তালুকদাৰে আইনী প্ৰক্ৰিয়াত দাৰস্থ হৈছে।

ৰঞ্জিত কুমাৰ দাসক প্ৰত্যাহ্বান জনাই বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় “যদি সাহস আছে তেন্তে ২০২৬ ৰ বিধানসভাত সৰভোগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰক” ।

বিধায়ক মনোৰঞ্জন Three Idiot বুলি গালি দিয়া ৰঞ্জিত কুমাৰ দাসে বুজি নাপায় ইংৰাজী ভাষা । অসমীয়াত গালি দিলেও বুজি নাপায় যদামুৰ্খ ৰঞ্জিত দাসে।