চাহ জনগোষ্ঠীৰ কৰম পূজাৰ চুটিক লৈ প্ৰতিবাদ আটছা আৰু চাহ শ্ৰমিকৰ
শিৱসাগৰঃ চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজাৰ চুটিক লৈ অসম চৰকাৰ আৰু শ্ৰম মন্ত্ৰীৰ বিৰুদ্ধে সৰৱ অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ বাগিচাৰ শ্ৰমিকসকল।

নাজিৰাৰ গেলেকী চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ চাহ শ্ৰমিক আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ।
শ্ৰম মন্ত্ৰী সঞ্জয় কিষান, সাংসদ পল্লৱ লোচন দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধেও বিভিন্ন প্ৰতিবাদী শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিক সকলে।