ঘোষণা কৰা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল (Assam HS Results 2023)। পুৱা ৯ বজাৰ লগে লগে শিক্ষা সংসদে (AHSEC) ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল। ১১টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ। আনহাতে, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ।
বিজ্ঞান শাখাৰ স্থানপ্ৰাপ্তসকল :
প্ৰথম স্থান –
নিখিলেশ দত্ত (৪৮৪), নন ইনষ্টিটিউচনেল প্ৰাইভেট
দ্বিতীয় স্থান –
অৰিজিৎ ৰয় (৪৮২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
বিশ্বজ্যোতি দাস (৪৮২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
ৰিষভ উপাধ্যায় (৪৮২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
তৃতীয় স্থান –
প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া (৪৭৯), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
চতুৰ্থ স্থান –
সত্যজিৎ কামান (৪৭৮), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
পঞ্চম স্থান –
গৌৰাংগজিৎ গগৈ (৪৭৪), এলিট একাডেমী, চৰাইদেউ
ষষ্ঠ স্থান –
ভাৰ্গৱ শিৱম (৪৭৩), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
সপ্তম স্থান –
বিকাশজ্যোতি চহৰীয়া (৪৭২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
অষ্টম স্থান –
শতৰূপা বৰকাকতি (৪৭১), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
নৱম স্থান –
শয়ন পোদ্দাৰ (৪৭০), কটন বিশ্ববিদ্যালয়, গুৱাহাটী
হিমানিশ দত্ত (৪৭০), আলফা বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
কাশ্যপ গগৈ (৪৭০), বেদ একাডেমী (নাজিৰা), শিৱসাগৰ
দশম স্থান –
নবীন শ্বা (৪৬৯), শিশু পাঠশালা এইছ এচ স্কুল, ধুবুৰী
কৃষা ডেকা (৪৬৯), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
অভিলাষা হিমাশ্ৰী দাস (৪৬৯), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
কলা শাখাৰ স্থান প্ৰাপ্তসকল :
প্ৰথম স্থান –
সংকল্পজিৎ শইকীয়া (৪৯০), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
দ্বিতীয় স্থান –
দিয়া মহন্ত (৪৮৮), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
তৃতীয় স্থান –
শ্ৰেয়া সৰকাৰ (৪৮৭), ইনষ্টিটিউচনেল প্ৰাইভেট
চতুৰ্থ স্থান –
শুকলেনমুং চেতিয়া (৪৮৬), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
পঞ্চম স্থান –
শ্বেখ ছানিয়া তাছনিম ৰহমান (৪৮২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
ষষ্ঠ স্থান –
কাব্যশ্ৰী শৰ্মা (৪৮১), শংকৰদেৱ একাডেমী (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল), নলবাৰী
সপ্তম স্থান –
কাশ্মিতা শৰ্মা (৪৮০), কৃষ্ণ কান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা
শ্ববনম শইকীয়া (৪৮০), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
অষ্টম স্থান –
প্ৰতীক্ষা ভূঞা (৪৭৯), আনন্দৰাম বৰুৱা একাডেমী (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল), বৰপেটা
দৃষ্টি এনজি বৰ্মন (৪৭৯), আনন্দৰাম বৰুৱা একাডেমী (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল), বৰপেটা
জেৰিফা আহমেদ (৪৭৯), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
নৱম স্থান –
কাব্যশ্ৰী দাস (৪৭৭), আনন্দৰাম বৰুৱা একাডেমী (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল), বৰপেটা
দশম স্থান –
কৃষ্টিনা দেৱী (৪৭৬), কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
মৃন্ময় কুমাৰ বৰা (৪৭৬), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
ৰক্তিমা পাটৰ (৪৭৬) ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
বাণিজ্য শাখাত প্ৰথম দহটা স্থান প্ৰাপ্তসকল :
প্ৰথম স্থান – বৰ্ষা বোথ্ৰা (৪৭২) – কামৰূপ মহানগৰীৰ কেচি দাস কমাৰ্চ কলেজ, সুকন্যা কুমাৰ (৪৭২) – মলয়বাৰী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল
দ্বিতীয় স্থান – জিলিখ চীল ( ৪৭১)– নগাঁৱৰ শংকৰদেৱ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল
তৃতীয় স্থান– জাহাংগিৰ আলম চৌধাৰী (৪৬৮)– হাইলাকান্দিৰ পাৰামাউনণ্ট চিনিয়ৰ ছেকেণ্ডাৰী স্কুল
চতুৰ্থ স্থান – সূৰ্যা জৈন (৪৬৭) – ডিব্ৰুগড়ৰ চল্ট ব্ৰুক একাডেমী
পঞ্চম স্থান – কেচিকা জৈন (৪৬৬) –বৰপেটাৰ দ্ৰোনাচাৰ্যা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল
ষষ্ঠ স্থান – নন্দিতা দাস (৪৬৫) – যোৰহাটৰ চিকেবি কমাৰ্চ কলেজ
সপ্তম স্থান– স্মৃতি ঠাকুৰ (৪৬৪) – তিনিচুকীয়াৰ ৱমেনছ কলেজ
অষ্টম স্থান – ঋষিতা শৰ্মা (৪৬২)– চল্ট ব্ৰুক একাডেমী, ইউনুছ আনচাৰী (৪৬২)– ডিব্ৰুগড়ৰ মৰাণ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ৰিফা অন্তৰা আহমেদ (৪৬২) – ব্যক্তিগত প্ৰতিষ্ঠান, কুনাল জ্যোতি বৈশ্য (৪৬২)– নলবাৰী কমাৰ্চ কলেজ
নৱম স্থান – উন্নিতা গোস্বামী (৪৬১)– কামৰূপ মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল
দশম স্থান – দিপিকা আগৰৱাল (৪৬০) – ব্যক্তিগত প্ৰতিষ্ঠান