কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত পূৱ বাৰংহাটী ৰাইজে ভূঁই ৰুই কৰিলে প্ৰতিবাদ

বাহাৰঘাটঃ কামৰূপৰ বাৰাংহাটীত এজাক কনকন ছাত্ৰছাত্ৰীৰ মুখ্যমন্ত্ৰীলৈ আহ্বান৷

মামা আমাক ৰাস্তাটো বনাই দিয়ক নহলে আমি স্কুললৈ যাৱ নোৱাৰো, আমাৰ কাপোৰ কানি লেতেৰা হৈ যায়।

কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত পূৱ বাৰংহাটী ৰাইজে ভূঁই ৰুই কৰিলে প্ৰতিবাদ।।

এজাক বৰষুণৰ পিছতে ৰাজ পথ হ’ল গৈ পথাৰ সদৃশ পৰিৱেশ ।

এই দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব ।।

স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে হাতত চেন্দেল লৈ আহিল শিক্ষানুষ্ঠানলৈ।

এয়া হৈছে হাজোৰ বিধায়কা সুমন হৰিপ্ৰিয়াৰ সমষ্টিৰ উন্নয়নৰ নমুনা।।

ৰাইজৰ অভিযোগ আজিলৈ হেনো দেখা নাই বিধায়িকা গৰাকীক ।

উন্নয়নৰ জয়গান গোৱা চৰকাৰ খনৰ আচল স্বৰূপ উদঙাই দিলে ৰাইজে ।