ঐতিহাসিক সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত আজি সন্ধিয়া ভাৰতৰ চন্দ্ৰ বিজয়ৰ দৃশ্য উপভোগ

সৰভোগঃ সন্ধিয়া Confarance hall ত ,৫ বজাৰ পৰা ঐতিহাসিক ক্ষণ! সফল হ’ল ভাৰতৰ চন্দ্ৰ অভিযান। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হ’ল ভাৰত। ইতিহাস ৰচনা কৰিলে ভাৰতে। বিৰল মুহূৰ্তৰ সাক্ষী হ’ল সমগ্ৰ দেশবাসী। ইতিহাস ৰচিলে ISROই।

ইতিমধ্যে আজি সন্ধিয়া ৬ বজাত বৰনগৰ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰী লগতে বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেন কুমাৰ চক্ৰৱৰ্তী উপস্থিত থাকে ভাৰতৰ চন্দ্ৰ অভিযানৰ দৃশ্য উপভোগ কৰিবলৈ।