Entertainment Desk: গধূলিৰ সময়ত পাঞ্জাৱী ৰীতি-নীতি অনুসৰণ কৰি উদয়পুৰত ‘ৰঘনীতি’ৰ ৰাজকীয় বিবাহ সম্পূর্ণ হয়৷ ঠিক সাধুকথাৰ দৰেই। বিয়াৰ খবৰ পোহৰলৈ অহাৰ পিছৰে পৰা অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত দৰা আৰু কইনাৰ ছবি চাবলৈ অপেক্ষা কৰি আছিল। অৱশেষত চছিয়েল মেডিয়াত ৰাঘৱ-পৰিনীতিৰ বিয়াৰ প্ৰথম ছবি প্ৰকাশ কৰিলে নৱ-দম্পতীয়ে।