ইউক্ৰেইনক সহায়ৰ প্ৰতিশ্ৰুতি ভাৰতৰ

হিৰোছিমাঃ ১৫ মাহ আগতে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে ব্যক্তিগতভাৱে আলোচনা কৰে আৰু তেওঁক জনায় যে ভাৰতে এই সংকতৰ সমাধান বিচাৰি ইউক্ৰেইনক যথা সম্ভৱ সহায় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *