আমগুৰি সমষ্টিৰ বাৰ ঘন্টীয়া বন্ধ সৰ্বাত্মক
আমগুৰি চাৰিআলিত প্ৰতিবাদকাৰীৰ উত্তাল প্ৰতিবাদ
আজি পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৫ বজালৈ আমগুৰি সমষ্টি বন্ধ।

আমগুৰি সমষ্টি সুৰক্ষা সমিতি , ছাত্ৰ মুক্তি, কৃষক মুক্তি, বীৰ লাচিত সেনা অসমীয়া যুৱ মঞ্চ, আটাছু, আহোম সেনাই জনাইছে আমগুৰি সমষ্টি বন্ধৰ।

সমষ্টি পুন:নিৰ্ধাৰণত আমগুৰি সমষ্টি কৰ্তনৰ পিছতেই জাতীয় দল-সংগঠনে আহ্বান জনাইছে আমগুৰি সমষ্টি বন্ধ।
আমগুৰি নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিছে ব্যৱসায়ীসকলে।