আমগুৰিত বহি:ৰাজ্যৰ যুৱকে অসমীয়া যুৱকক অশ্লীল শব্দৰে গালি-গালাজ পৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

আমগুৰিত বহিৰাজ্যৰ যুৱকে অসমীয়া যুৱকক অশ্লীল শব্দৰে গালি-গালাজ পৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

আঠু কাঢ়ি, কাণত ধৰি, ভৰিত ধৰি ক্ষমা খুজিবলৈ বাধ্য হয় বহি:ৰাজ্যৰ যুৱকজনে।

অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়াক বিশেষ সম্প্ৰদায়ৰ যুৱকজনে অশ্লীল শব্দৰে গালি-গালাজ পৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আমগুৰি-মৰিয়ণি পথত থকা এখন বিহাৰী সম্প্ৰদায়ৰ হোটেলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

ইদু মহম্মদ নামৰ হোটেল বয়টোৱে অশ্লীল শব্দৰে চাহ খাবলৈ যোৱা যুৱকক গালি-গালাজ পাৰে।

অসমীয়া যুৱ মঞ্চৰ আমগুৰি আঞ্চলিকৰ সহকাৰী সম্পাদক বিজয় দাসক চাহ খাই থকা অৱস্থাত ইদু মহম্মদ নামৰ হোটেল বয়টোৱে অশ্লীল শব্দৰে গালি-গালাজ পাৰে।

ঘটনাৰ পিছতে আমগুৰি আৰক্ষীয়ে ইদু মহম্মদ নামৰ যুৱকজনক আটক কৰি লৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *