আজিৰ দিনটোৰ ৰাশিফল

মেষ : কৰ্মস্থলীত প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত ভয় থাকিব। ঘৰত অতিথিৰ আগমনৰ সম্ভাৱনা আছে আজিৰ দিনটোত। অৰ্থপ্ৰাপ্তিৰ যোগ। প্ৰেমত অশান্তিৰ যোগ।

বৃষ : মানসিক অস্থিৰতা বাঢ়িব। আত্মীয়ৰ পৰা ঠগ খোৱাৰ সম্ভাৱনা আছে। আয়তকৈ ব্যয় অধিক হ’ব। প্ৰেম-প্ৰীতিত আৰু সাংসাৰিকত অশান্তিৰ যোগ।

মিথুন : গৃহ নিৰ্মাণৰ বাবে শুভ সময়। কৰ্ম আৰু ব্যৱসায়ত উন্নতি। আৰ্থিক উন্নতি বৰ্তি থাকিব। প্ৰেম-প্ৰীতিত আৰু সাংসাৰিকত শান্তিৰ যোগ।

কৰ্কট : কৰ্মত উন্নতি আৰু সুনাম লাভ কৰিব। ব্যৱসায়ত দ্ৰুত অগ্ৰগতি হ’ব। কিবা এটা পোৱাৰ বাবে জেদ নকৰাই ভাল। স্বাস্থ্যৰ প্ৰতি নজৰ দিব লাগিব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত শনিৰ অশান্তিৰ যোগ।

সিংহ : আনৰ প্ৰৰোচনাত ভৰি দিলে নহ’ব। দাম্পত্য জীৱনত শান্তি থাকিব। আৰ্থিক উপাৰ্জন বৃদ্ধি। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত মধ্যমীয়া।

কন্যা : পাবলগীয়া টকা ঘূৰাই পাব পাৰে। কৰ্ম আৰু ব্যৱসায়ত অগ্ৰগতি। ধনৰ আগমন হ’ব। মনৰ অস্থিৰতা। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত অশান্তিৰ যোগ।

তুলা : কৰ্মত সফলতা আৰু প্ৰশংসা প্ৰাপ্তি। মানসিক অস্থিৰতা থাকিব। শত্ৰুৰ পৰা সতৰ্ক থাকিব লাগিব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত সুখ-শান্তিৰ যোগ।

বৃশ্চিক : কৰ্মত বাধা থাকিব। ব্যৱসায় গতানুগতিকভাৱে চলিব। আৰ্থিকভাৱে দিনটো ভাল। শাৰীৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত সন্দেহৰ যোগ।

ধনু ৰাশি : অপ্ৰিয় বাক্য আৰু আচৰণৰ বাবে ঘৰৰ বাহিৰত শত্ৰু বাঢ়িব। প্ৰেমত আঘাত পোৱাৰ সম্ভাৱনা আছে। খৰচ বাঢ়িব পাৰে।

মকৰ : কোনো সুসংবাদ পাব পাৰে। উপস্থিত বুদ্ধিৰ ফলত জটিল পৰিস্থিতিৰ পৰা মুক্তি পাব। আৰ্থিক যোগ খুবেই শুভ। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত মধ্যমীয়া।

কুম্ভ : প্ৰতিবেশীৰ উচতনিত সংসাৰত অশান্তি হ’ব পাৰে। কৰ্মত পদোন্নতিৰ সম্ভাৱনা। আৰ্থিক প্ৰাপ্তি বৰ্তি থাকিব। প্ৰেম-প্ৰীতিত শুভ কাৰক।

মীন : কৰ্ম আৰু ব্যৱসায়ত অগ্ৰগতি আৰু প্ৰসাৰ হ’ব। আৰ্থিক প্ৰাপ্তিত বাধা। শত্ৰুৰ সৈতে মিলি চলাই ভাল। আধ্যাত্মিকতাৰ ফলত শান্তি লাভ কৰিব। শৰীৰ দুৰ্বল হব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসাৰিকত মধ্যমীয়া।