দেহাৰকুছি আশ্ৰয় শিবিৰত বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷

দেহাৰকুছি আশ্ৰয় শিবিৰত বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷

আজি আবেলি নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সমষ্টিটোৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত দেহাৰকুছি শ্ৰীশ্ৰী দুৰ্গাপূজা মণ্ডপত থকা আশ্ৰয় শিবিৰত উপস্থিত হৈ বন্যাৰ্তৰ খা-খৱৰ লয়৷

উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে কেইবাজনো বন্যাৰ্তৰ লগত মতবিনিময় কৰি শিঘ্ৰে সাহাৰ্য্য সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰে৷