অসম অৰুণাচল সীমান্তত পুনৰ হাতীৰ সন্ত্ৰাস।
লখিমপুৰ জিলাৰ ভিতৰুৱা অঞ্চল মাধৱপুৰত হাতীৰ সন্ত্ৰাস।

ঘটনাস্থলিৰ প্ৰায় ২০০ মিটাৰ ব্যৱধানত আছে দুটাকৈ বন শিবিৰ।
উজাগৰে কটাব লগা হৈছে গাওঁ বাসী।
নিতৌ ধ্বংস যজ্ঞ চলাই আহিছে হাতীৰ জাকে অসম অৰুণাচল সীমান্ত অঞ্চল সমূহত।
