Politics
কংগ্ৰেছে পাঁচোখন ৰাজ্যতে চৰকাৰ গঠন কৰিবঃ মল্লিকাৰ্জুন খাৰ্গে
ডিজিটেল ডেক্সঃ দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত৷ পাঁচোখন ৰাজ্যতে ইতিমধ্যে প্ৰতিতো ৰাজনৈতিক দলে শক্তিশালী ৰূপত চলাইছে নিজৰ নিজৰ প্ৰচাৰ অভিযান ৷ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে দেওবাৰে নৱেম্বৰৰ বিধানসভা নিৰ্বাচনৰ…
Sports
Entertainment
সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়তো অষ্টমীৰ নিশা দেখা গল উখল-মাখল পৰিবেশ
সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়তো অষ্টমীৰ নিশা দেখা গল উখল-মাখল পৰিবেশ। ৰঙিয়াৰ বাৰ্মিচ নগৰ পূজা সমিতিৰ দূৰ্গা পূজা উৎযাপন। বাৰ্মিচ নগৰ দূৰ্গা পূজাই এইবাৰ ২৪ বছৰত ভৰি দিছে। মহা অষ্টমীৰ দিনটোত…
Living
শাৰদীয় দূৰ্গোৎসৱত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে ৰঙিয়াৰ মুছলমান পৰিয়ালে
ৰঙিয়াঃঃ শাৰদীয় দূৰ্গোৎসৱত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে ৰঙিয়াৰ খান পৰিয়ালে। প্ৰতিবছৰে এনেদৰে ভক্তপ্ৰাণ ৰাইজক বিনামূলীয়াকৈ বিশুদ্ধ খোৱাপানীৰ লগতে বিস্কুট কেক আদি বিতৰণ কৰি আহিছে খান পৰিয়ালে। ৰঙিয়াৰ ৭নং ৱাৰ্ডৰ বাসিন্দা…
গেষ্ট্ৰিকৰ সমস্যাত ভূগিছে নেকি ? এই ৮বিধ খাদ্য খালে তৎক্ষণাত আৰাম পাব আপুনি…
ডিজিটেল ডেক্সঃ গেষ্ট্রিক বুলি ক’লে আমি সাধাৰণতে পেটৰ ওপৰৰ অংশত অৰ্থাৎ নাভিৰ ওপৰফালে পেটৰ ভিতৰত কেতিয়াবা যি বিষ অনুভৱ কৰো তাকে বুজি পাওঁ। দৈনন্দিন জীৱনত আমি সচৰাচৰ প্ৰায় বেছিভাগ মানুহেই…
Knowledge
বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰ্যটকৰ বাবে মুকলি কৰিলে পবিতৰা অভয়াৰণ্য
মায়ং: শুকুৰবাৰে দিনৰ ১১.২০ বজাত পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰা হয় এটা খৰ্গ যুক্ত গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্য। ফিটা কাটি দেশী বিদেশী পৰ্যটকৰ বাবে পবিতৰাৰ দ্বাৰ মুকলি কৰে মন্ত্ৰী…
In focus
মুকালমুৱাৰ বদনি আখিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
মুকালমুৱাৰ বদনি আখিয়াত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে নিচাজাতীয় টেবলেট সহ আটক কৰে এজনক। পূজাৰ আনন্দৰ মাজতে মুকলমুৱাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান । মুকলমুৱাৰ বদনি…
মহানগৰীত ভয়ংকৰ ঘটনা : চলন্ত উবেৰত ধৰ্ষণৰ বলি যুৱতী
গুৱাহাটীঃ গুৱাহাটীত এটা জঘন্য ঘটনা সংঘটিত হৈছে য’ত বৃহস্পতিবাৰে এজন উবেৰ চালকে তেওঁৰ গাড়ীৰ ভিতৰত এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো বৃহস্পতিবাৰে গুৱাহাটীৰ খ্ৰীষ্টানবস্তি অঞ্চলত নিশা ১০.৩০ বজাত…
Opinion
বদৰুদ্দিন আজমলে ক’লে- ঠগ প্ৰৱঞ্চনাত এক নম্বৰত মুছলমান
ডিজিটেল ডেক্সঃ নগৰবেৰাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ আজমলে কয়, “ঠগ, প্ৰবঞ্চনাত এক নম্বৰত আছে মুছলমানসকল। কেৱল সেয়াই নহয়, চুৰি, ডকাইতি, ধৰ্ষণ, লুটপাততো এক নম্বৰত আছে মুছলমানসকল”। তেওঁ লগতে কয়,…
কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত ৰঙিয়াত কাতি বিহু উদযাপন
ৰঙিয়াঃ অসমীয়া জাতীয় জীৱনৰ পৰম্পৰাগত উৎসৱ কাতি বিহু উপলক্ষে আজি ৰঙিয়াৰ নকুলত বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত তথা অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ সহযোগত কাতি বিহু উপলক্ষে…
Education
সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ আজি অন্তিম দিন
সৰভোগঃ সৰভোগ স্থিত বৰনগৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ আজি অন্তিম দিনত ওখল-মাখল পৰিবেশে বিৰাজ কৰিছে মহাবিদ্যালয়খনত। সৰভোগৰ ঐতিয্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ । কটকটীয়া নিৰাপত্তা ব্যষ্টনিৰে গঢ়ি…
ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা
ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা। ধমধমাঃ ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন উপলক্ষে আজি ধমধমাত এটি বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি…